Home ৰাজ্যসেনাৰ ৰেডহৰ্ণ ডিভিজনৰ উদ্যোগত কাৰ্বি পাহাৰৰ ছাত্ৰৰ সংহতি ভ্ৰমণ

সেনাৰ ৰেডহৰ্ণ ডিভিজনৰ উদ্যোগত কাৰ্বি পাহাৰৰ ছাত্ৰৰ সংহতি ভ্ৰমণ

by News Desk
62 views
A+A-
Reset

newsnextone.com | ডিফুঃ ভাৰতীয় সেনাৰ ডিফু স্থিত ৰেড হৰ্ণ ডিভিজনৰ সদ্ভাৱনা যাত্ৰা কাৰ্যসূচীৰ উদ্যোগত ডিফুৰ পৰা ৩০ জনীয়া ছাত্ৰৰ দল এটাক কলকতালৈ শিক্ষামূলক সংহতি ভ্ৰমণলৈ নিয়ে৷ ইষ্টাৰ্ণ কামাণ্ডৰ চিঅ’ জেভিএছ ৰাৱটৰ উপস্থিতিত সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ ডিফু ইউনিটত মঙলবাৰে উপায়ুক্ত মৃদুল কুমাৰ মহন্তই ফ্লেগঅফ কৰাৰ পিছতে যাত্ৰা আৰম্ভ কৰে ছাত্ৰ দলটোৱে৷ 

উপায়ুক্ত মৃদুল কুমাৰ মহন্তই ভ্ৰমণত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰাৰ লগাতে সেনাৰ প্ৰয়াসক উচ্চ প্ৰশংসা কৰে আৰু ভ্ৰমণকাৰী দলটোক শুভেচ্ছা জ্ঞাপন কৰে৷  বোকাজান মহকুমাৰ সৰিয়হজানৰ দুৰ্গম এলেকাৰ ক্লিৰদাপ ইংলিছ হাইস্কুল আৰু লাংমিলিকে আৰম্ভ কৰি কেইবাখনো বিদ্যালয়ৰ ৩০জন ছাত্ৰই সংহতি ভ্ৰমণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0