50
ডিজিটেল ডেস্কঃ সাম্প্ৰদায়িক হিংসাৰ বিৰুদ্ধে দেওবাৰে জন্তৰ-মন্তৰত চামিল হোৱা ভীম সেনাই কেতবোৰ তাৎপৰ্যপুৰ্ণ বিষয়ৰ ওপৰত প্ৰশ্ন তুলি ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে৷
কোন এই ভীমসেনা, কোন গুৰিয়াল, কোন কোন চামিল হৈছে ভীমসেনাৰ প্ৰতিবাদী মিছিলত- এনে বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে ছ’চিয়েল মিডিয়াত৷ ফেচবুক-হোৱাটচআপত সক্ৰিয় ইউজাৰৰ এটাই অভিযোগ- ‘ট্ৰাম্প, মোদী, কেজৰিৱালৰ খবৰৰ ভিৰত হেৰাই গৈছে নেকি ভীমসেনাৰ উত্থান’৷