newsnextone.com | ডিজিটেল ডেস্কঃ এটাৰ পিছত এটা বিতৰ্কৰে বাতৰিৰ শিৰোনাম দখল কৰা উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে এইবাৰ বিতৰ্কিত মন্তব্য নহয় এইবাৰ ৰাজপথ মেৰামতি কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে৷ কেতিয়াবা মোডী চৰকাৰৰ বিফলতাৰ বিষয়ে কৈ মন্ত্ৰীগৰাকীয়ে বিতৰ্কৰ সৃষ্টি কৰে৷
Varanasi: UP Min OP Rajbhar started repairing road that led to his home in Pindra's Phatehpur Katauna, said, 'had requested for mending of the road 2.5 months ago, but found it in the same condition on the day of my son's wedding. So I picked up spade & ppl from society followed' pic.twitter.com/yK0clQ7oUs