56
মাজুলীঃ সোণোৱাল চৰকাৰক মেৰুদণ্ডহীন আখ্যা দিলে প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই। আজি মাজুলীৰ গড়মূৰৰ ‘উৰাল’ অতিথিশালাত বিয়লি ২:৩০ বজাৰত এখন সংবাদমেল সম্বোধন কৰি সাংবাদিকৰ আগত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল হাজৰিকা।
হাজৰিকাই কয়, ‘সোণোৱাল চৰকাৰে হাত চাপৰি মাৰি বিধেয়ক সৰ্মথন কৰিলে নহ’ব। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰক।’