87
গুৱাহাটীঃ বৃহস্পতিবাৰে প্ৰাগজ্যোতিষ অাই টি এ কেন্দ্ৰত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম সোঁৱৰণী বঁটা প্ৰদান কৰা হয়৷ ২০০৪ চনৰ পৰা উপেন্দ্ৰ নাথ ব্ৰহ্ম ট্ৰাষ্টে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সোঁৱৰণত Upendra Nath Brahma Soldier Of Humanity Award নামেৰে এই বঁটা প্ৰদান কৰি অাহিছে।
২০১৭ বৰ্ষৰ এই বঁটা অাগবঢ়োৱা হৈছে বড়ো ভাষা সাহিত্যলৈ অনবদ্য অৱদান অাগবঢ়োৱা সাহিত্য একাডেমী বঁটা প্ৰাপ্ত প্ৰফেচাৰ গনেশ এন দেভীক।