Home ৰাজ্যজনজাতিকৰণ, সৰুপথাৰ অাদিবাসী পীচ মুভমেন্টৰ প্ৰতিবাদ

জনজাতিকৰণ, সৰুপথাৰ অাদিবাসী পীচ মুভমেন্টৰ প্ৰতিবাদ

by News Desk
67 views
A+A-
Reset

উৰিয়ামঘাটঃ অসম যুগ যুগ বসবাস কৰি অহা চাওঁতাল, ওৰাং, মুণ্ডা, গড়ঁ, খাৰিয়া, চাওঁৰা, কিচান, প্ৰজা, লহৰ জনগোষ্ঠিক জনজাতিকৰণ কৰা, অসম-নাগালেণ্ডৰ সীমা সমস্যা সমাধান কৰা, নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত মঙলবাৰে সৰুপথাৰত অাসাম অাদিবাসী পীচ মুভমেন্টে ৰেলপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

সৰুপথাৰ ৰেলৱে ষ্টেছনত প্ৰতিবাদকাৰীসকলে ৰেলপথ অৱৰোধ কৰি ৰে’ল যোগাযোগ ব্যাহত কৰি তোলে। হাতে হাতে বেনাৰ-ফেষ্টুন লৈ বিভিন্ন শ্ল’গানেৰে চহৰখনৰ অাকাশ বতাহ কপাঁই তোলে। ইয়াৰ পিচতে প্ৰতিবাদকাৰীসকলে গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক-প্ৰত্ৰ প্ৰেৰণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0