62
চাবুৱাঃ মহিলাক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মুছলপুৰৰ সাংবাদিক উৎপল কুমাৰ কলিতাক সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ পৰা সাময়িকভাৱে অব্যাহতি দিয়া হৈছে।
আজি সংগঠনটোৰ কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মা আৰু সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে এক বিবৃতিযোগে এই কথা জনাইছে।