কাৰ্বি পাহাৰত পাঠদান এৰি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ পলায়ন

Home ৰাজ্যকাৰ্বি পাহাৰত পাঠদান এৰি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ পলায়ন

কাৰ্বি পাহাৰত পাঠদান এৰি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ পলায়ন

by News Desk
48 views
A+A-
Reset

খেৰণি: এইবাৰ কাৰ্বি পাহাৰলৈ বিয়পিল বেজী আতংক৷  সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাত সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ সফলতা অৰ্জন কৰা বিদ্যালয়সমুহত এক উছৱমুখৰ পৰিবেশ আৰু আনন্দৰ লহৰ অব্যাহত থকাৰ সময়তে আজি হঠাৎ সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিবেশ৷

আন দিনাৰ দৰে আজিও বিদ্যালয়সমুহত নিৰ্দিষ্ট সময়ত পাঠদান চলি থকাৰ সময়তে এক উৰা বাতৰিক কেন্দ্ৰ কৰি আতংকময় পৰিবেশৰ সৃষ্টি হয় ছাত্ৰ-ছাত্ৰীৰ মাজত৷ বৃহত্তৰ খেৰণি, জেংখা, ডংকামোকাম, সাতগাওঁ আদিত অৱস্থিত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সন্ত্ৰাস সৃষ্টি কৰা খবৰ লাভ কৰাৰ পাছতে কোনো শিক্ষাগুৰু অথবা কৰ্তৃপক্ষৰ কথা নমনাকৈ পাঠ গ্ৰহণ বাদ দি বিদ্যালয় এৰি পলায়ন কৰে ছাত্ৰ-ছাত্ৰীসকলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0