54
ডিজিটেল ডেস্কঃ ছাগলে নাখায় কি পাগলে নকয় কি? পাগলে প্ৰলাপ বকিবই। কিন্তু ধৰ্ষণৰ বাবে ভেলেণ্টাইন ডেক যিজনে কাঠগড়াত তুলিছে, সেইজন ইন্দ্ৰেশ কুমাৰৰ মস্তিষ্কৰ সুস্থতাক লৈ প্ৰশ্ন তোলাৰ অৱকাশ নাই।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ এইগৰাকী জ্যেষ্ঠ নেতাৰ মতে ভাৰতত ধৰ্ষণৰ সংখ্যা বৃদ্ধি পোৱাৰ মূলতেই হৈছে পশ্চিমীয়া সংস্কৃতি।