73
নতুন দিল্লীঃ শুকুৰবাৰে দেশৰ দ্ৰুতবেগী ছেমি বুলেট ট্ৰেইনখন ৰাষ্ট্ৰৰ নামত উচ্ছৰ্গা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ দিল্লী আৰু বাৰানসীৰ মাজত প্ৰতি ঘন্টাত ১৩০ কিলোমিটাৰ বেগত চলিবলগীয়া এই ছুপাৰফাষ্ট ৰে’লগাড়ীখনে সকলো ভাৰতীয়ৰ মনলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷
পিছে এই গৌৰৱ ২৪ ঘন্টাও বৰ্তি নাথাকিল৷ কিয়?