48
বকোঃ বকোৰ বৰালীমাৰাত গাড়ী চুৰি চক্ৰ আটক। গাঁওৰক্ষী বাহিনীয়ে আটক কৰে চাৰিটা চোৰ। গুৱাহাটীৰ পৰা চুৰি গাড়ী উদ্ধাৰ।
উদ্ধাৰ হোৱা মেক্সীম’ বাহনখনৰ নম্বৰ AS 01-HC-6706 এখন। চোৰ কেইটাক বকো আৰক্ষীক চমজাই দিয়ে গঞাই।

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.