Home ৰাজ্যঅভয়াপুৰীৰ কেৰখাবাৰীত ৰাইজে নিৰ্মাণ কৰিলে দলং

অভয়াপুৰীৰ কেৰখাবাৰীত ৰাইজে নিৰ্মাণ কৰিলে দলং

by News Desk
53 views
A+A-
Reset

উত্তৰ শালমাৰাঃ ৰাইজে নখ জোকাৰিলে নৈ বয়। ৰাইজে কৰিম বুলি ভাবিলেই সকলো সম্ভৱ হয়। গতিকে অপেক্ষা কালৈ? দীৰ্ঘদিনীয়া চৰকাৰী বঞ্চনাত আশাহত অভয়াপুৰীৰ কেৰখাবাৰীবাসীয়ে হাতে কামে লাগি আজি তাকেই পুনৰবাৰ প্ৰমাণ কৰি  দেখুৱালে।

ৰজাঘৰীয়ালৈ হাত পাতি নাথাকি নিজেই বাঁহৰ দলং সাজি নিজৰ ব্যৱস্থা কৰি ল’লে। গাঁওখনৰ প্ৰতিটো ঘৰৰ পৰা ধন সংগ্ৰহ কৰি কেৰখাবাৰী-খোৰাগাঁও সংযোগী পথত সোমবাৰে গাঁৱৰ ৰাইজে শ্ৰমদানেৰে দৈনন্দিন যাতায়াতৰ বাবে প্ৰয়োজনীয় দলংখন বাঁহ, বেঁত ব্যৱহাৰ কৰি সাজিয়ে আনৰ বাবেও নিদৰ্শন দাঙি ধৰিলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0