60
আজাৰাঃ কথাতে আছে ৰাইজে নখ জোকাৰিলে নৈ বয়। তেনে এক উদাহৰণে দাঙি ধৰিছে ৫৪ নং পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ ৰাইজে।
পৰিৱৰ্তনৰ শ্লোগান দিয়া বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সমষ্টিৰ অন্তৰ্গত ৰাণী অঞ্চলৰ তাতিবামা আৰু পশ্ৰশুৱা অঞ্চলৰ ৰাইজে চৰকাৰলৈ আশাপালি নাথাকি নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে পকী দলং।