60
মোৰাঝাৰঃ কোম্পানী মানে কেৱল ৰামঠগন। বিওীয় প্ৰতিষ্ঠানে ৰাজ্যৰ দৰিদ্ৰ ৰাইজক ৰামঠগন দি যোৱাৰ পিছত এইবাৰ ইয়াৰ সৈতে সংযুক্ত হৈছে নামী-দামী প্ৰতিষ্ঠান। এই নামী-দামী প্ৰতিষ্ঠানটো হৈছে ভোডাফোন।
ইণ্টাৰনেট ব্যৱহাৰৰ নামত গ্ৰাহকক ৰামঠগন দিয়াৰ অভিযোগ উত্থাপিত হৈছে বিশ্বৰ আগশাৰীৰ মোবাইল নেটৱৰ্ক আৰু ইণ্টাৰনেট ছাৰ্ভিছ প্ৰভাইডাৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে।