Home ৰাজ্যবাণিজ্যৰ নতুন সূত্ৰৰে বুধবাৰৰ পৰা অনুষ্ঠিত হ’ব ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

বাণিজ্যৰ নতুন সূত্ৰৰে বুধবাৰৰ পৰা অনুষ্ঠিত হ’ব ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

by News Desk
57 views
A+A-
Reset

ওদালগুৰিঃ নামনি অসমৰ প্ৰকৃতিৰ ৰম্য ভূমি খ্যাত ভৈৰৱকুণ্ড পৰ্যটন দিৱসলৈ মাজত মাথো কেইটামান ঘন্টা৷ স্থানীয় ৰাইজ, বিধায়ক, প্ৰশাসন সকলোৱে ব্যাপক ব্যস্ত হাজাৰ হাজাৰ লোকক আদৰিবলৈ৷ ওদালগুৰিৰ কৃষ্টি, সংস্কৃতি, পৰম্পৰাক আগুৱাই নিয়াৰ লগতে বাণিজ্যৰ ক্ষেত্ৰত নতুন সূত্ৰ নিৰ্ধাৰণ কৰি ওদালগুৰিক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷ চুবুৰীয়া দেশ ভূটান, চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু চুবুৰীয়া জিলা কেইখনৰ সৈকে ব্যৱসালৰ নতুন দিশ নিৰ্ণয়়ৰ বাবে পৰ্যটন মহোৎসৱ অনুষ্ঠিত হ’ব।

বেহা-বেপাৰ, কৃষিৰ  উৎপাদিত সামগ্ৰী, মহিলাই বোৱা কাপোৰ, জনজাতিয় খাদ্য, বস্ত্ৰৰ এখন উপয়ুক্ত বজাৰৰ গঢ়াৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ উত্তৰে অসম-অৰুণাচল প্ৰদেশ আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ত্ৰিৱেণীসংগমস্থলীত ভৈৰৱকুণ্ড বনভোজস্থলীত অনুষ্ঠিত হ’ব এই উৎসৱ৷ নতুন বছৰৰ সময়ছোৱাত প্ৰকৃতিৰাণী ভৈৰৱকুণ্ডৰ বুকুত ইতিমধ্যে প্ৰতিদিনে হাজাৰ হাজাৰ লোক সমবেত হয়৷ প্ৰকৃতিপ্ৰেমী তথা দেশী-বিদেশী পৰ্যটক অহা পৰিলক্ষিত হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0