45
newsnextone.com | যোৰহাটঃ অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ সৈতে সংগতি ৰাখি সোমবাৰে যোৰহাট নগৰৰ মাজমজিয়াৰ বৰপাত্ৰ অালিটো ৰাজ্যৰ দ্বিতীয়তো প্ৰাতঃভ্ৰমণ ক্ষেত্ৰ হিচাপে মুকলি কৰা হয়৷
যোৰহাট জিলা প্ৰশাসনৰ বিশেষ উদ্যোগত অায়োজিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ কাৰ্যসূচীত ক্ষেত্ৰখন উদ্ধোধন কৰে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।