Home ৰাজ্যঅনুগ্ৰহ কৰি আমাক ‘বন্ধ হৈ পৰা’ অথবা ‘বিক্ৰী যাবলগীয়া’ হোৱাৰ পৰা ৰক্ষা কৰক!

অনুগ্ৰহ কৰি আমাক ‘বন্ধ হৈ পৰা’ অথবা ‘বিক্ৰী যাবলগীয়া’ হোৱাৰ পৰা ৰক্ষা কৰক!

by News Desk
A+A-
Reset
nno-help-new

এই সময় সাংবাদিকতাৰ বাবে এক কঠিন সময়। সৰ্বত্ৰে ৰাজনীতিবিদ আৰু বৃহৎ বণিকগোষ্ঠীৰ হাতোৰাত বন্দী হৈ পৰিছে সংবাদ মাধ্যম। যাৰ বাবে এতিয়া সুদূৰপৰাহত আপোচহীন সাংবাদিকতা। জীৱন ধাৰণৰ বাবে সাংবাদিকে ৰাজনৈতিক নেতা অথবা বণিকগোষ্ঠীৰ ওচৰত বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিছে চিন্তা আৰু বিবেক। এনে এক কঠিন সময়তো সাংবাদিকসকলে যাতে মূৰ দাঙি সাংবাদিকতা কৰিব পাৰে তাৰ বাবেই বিশ্বৰ সৰ্বত্ৰে আৰম্ভ হৈছে এক নীৰৱ আন্দোলন- স্বতন্ত্ৰ আৰু নন-প্ৰফিট সাংবাদিকতা। সহজ ভাষাত ক’বলৈ হ’লে এয়া হৈছে ক্ৰাউডফাণ্ডিঙৰ জৰিয়তে পৰিচালিত সংবাদ সংস্থা। 

হেজাৰ প্ৰলোভন আৰু বাধা-বিঘিনিকো নেওচি আপোচবিহীন সাংবাদিকতাৰ হকে বিশ্বব্যাপী গঢ়ি হৈ উঠা এই আন্দোলনত সক্ৰিয়ভাৱে চামিল হৈ অসম তথা উত্তৰ-পূবত ২০১৬ চনৰে পৰা এই আন্দোলনক আগুৱাই নিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে News Next One-এ। সেই দিশৰ পৰা News Next One হৈছে অসমৰ প্ৰথমটো Independent & Nonprofit সংবাদ প্ৰতিষ্ঠান৷ News Next Oneৰ এই বিপদসংকুল যাত্ৰাত সততা আৰু দায়ৱদ্ধতাৰে সাংবাদিকতা কৰিব বিচৰা প্ৰতিজনেই হ’ব পাৰে অংশীদাৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0