newsnextone.com | ডিজিটেল ডেস্কঃ কথা মতেই কাম কৰিছে হোৱাটছ এপ কৰ্তৃপক্ষই। হোৱাটছ এপ কৰ্তৃপক্ষই উত্তেজনামূলক মেচেজ আৰু ভুৱা খবৰৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে বিশেষ ব্যৱস্থা কৰাৰ লগতে ভুৱা মেচেজ প্ৰচাৰ কৰিলে ৫ মাহ পৰ্যন্ত জেল হ’ব বুলি কৈছিল। বিগত জানুৱাৰী মাহৰ পৰা এই অভিযান আৰম্ভ কৰিছিল হোৱাটছ এপে।
হোৱাটছ এপে প্ৰথম সফলতা লাভ কৰিছিল বিগত ফেব্ৰুৱাৰী মাহত। প্ৰথমগৰাকী যুৱকক উত্তেজনাপূৰ্ণ মেচেজ প্ৰচাৰ কৰাৰ বাবে আটক কৰাৰ ফলত জেলত সোমাব লগা হৈছে।