Home দেশ‘এণ্ড টু এণ্ড এনক্ৰিপশ্যন’ উঠাই দিলে ভাৰত এৰি যোৱাৰ হুংকাৰ WhatsAppৰ

‘এণ্ড টু এণ্ড এনক্ৰিপশ্যন’ উঠাই দিলে ভাৰত এৰি যোৱাৰ হুংকাৰ WhatsAppৰ

by News Desk
A+A-
Reset
whatsapp india

নতুন দিল্লীঃ লাগিলে ভাৰত এৰি যাব হোৱাটছএপে, কিন্তু তৎসত্বেও উলংঘা নকৰে গোপনীয়তাৰ নিময়। শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ত এইদৰে কয় মেটাৰ অধিবক্তাই। ২০২১ চনত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তথ্য প্ৰযুক্তিৰ নিয়মৰ ক্ষেত্ৰত হোৱাটছএপে নিজৰ স্থিতি স্পষ্ট কৰি মেটাৰ অধিবক্তাই কয় যে গোপনীয়তাৰ নিশ্চয়তাৰ বাবেই মানুহে হোৱাটছএপ ব্যৱহাৰ কৰে। গতিকে ইয়াৰ সৈতে লগত কোনো আপোচ কৰিব নোৱাৰি।

উল্লেখ্য যে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে তথ্য প্ৰযুক্তি (মধ্যৱৰ্তী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ জাৰি কৰিছিল। কোৱা হৈছিল যে টুইটাৰ (এতিয়া এক্স), ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপৰ দৰে ছ’চিয়েল মিডিয়াই নতুন নিয়ম মানি চলিব লাগিব। প্ৰয়োজন হ’লে চাট অনুসৰণ কৰি যিকোনো ভাইৰেল তথ্যৰ উৎস বিচাৰি উলিয়াব লাগিব বুলিও নিয়ম জাৰি কৰিছিল মোদী চৰকাৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0