Home দেশআক্ৰমণাত্মক আৰম্ভণি! কিমান সহজ হ’ব ৰাহুল গান্ধীৰ নতুন সংসদীয় যাত্ৰা?

আক্ৰমণাত্মক আৰম্ভণি! কিমান সহজ হ’ব ৰাহুল গান্ধীৰ নতুন সংসদীয় যাত্ৰা?

by News Desk
A+A-
Reset
rahul-gandhi-lop

‘মই, ৰাহুল গান্ধী, লোকসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপন কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম, মই ভাৰতৰ প্ৰভূত্ব আৰু অখণ্ডতা অক্ষুন্ন ৰাখিম আৰু মই গ্ৰহণ কৰিবলৈ ওলোৱা কৰ্তব্যৰ শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। জয় ভাৰত, জয় সংবিধান।’

হাতত সংবিধানৰ প্ৰতিলিপি লৈ এনেদৰেই সংসদৰ মজিয়াত যোৱা মঙলবাৰে ৰায়বৰেলীৰ সাংসদৰূপে শপত লয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মুখত এটা বিজয়ৰ হাঁহি সানি ৰাহুল গান্ধীয়ে সংবিধানৰ প্ৰতিলিপি হাতত লৈ গ্ৰহণ কৰা শপতেৰে তেওঁ পুনৰ এবাৰ প্ৰমাণ কৰিবলৈ চেষ্টা চলাই যে এই যুঁজ তেওঁৰ বাবে সংবিধান ৰক্ষাৰ যুঁজ আছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0