74
নতুন দিল্লীঃ গাঁৱে গাঁৱে হ’ব ইণ্টাৰনেট। উপলব্ধ হ’ব ৱাই-ফাই। এইবাৰৰ বাজেটে আনিছে এই সুখবৰ।
চলিত বিত্তীয় বৰ্ষত ভাৰত নেট প্ৰকল্প ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব ১০ হাজাৰ কোটি টকা। ২০১৭-১৮ বিত্তীয় বৰ্ষৰ ভিতৰত ১৫০,০০০ গাঁও পঞ্চায়তক ৱাই-ফাই হটস্পটযোগে সংযোগ কৰা হ’ব বুলি বাজেট উত্থাপন কৰাৰ সময়ত জেটলিয়ে কয়।