57
newsnextone.com | চাবুৱাঃ বহনক্ষম উন্নয়ন শক্তি নামৰ অনুষ্ঠানটোৰ সাধাৰণ সম্পাদক নিৰন্ত গোহাঁয়ে দাবী কৰা মতে, ডিব্ৰু-ছৈখোৱাৰ বিখ্যাত পক্ষী ক্ষেত্ৰ মাগুৰি-মতাপুং বিলত ১৫ টাতকৈও অধিক বনৰীয়া ম’হৰ মৃত্যু হৈছে৷
যোৱা ১৫টা দিনৰ ভিতৰত ডিব্ৰু-ছৈখোৱাৰ বিখ্যাত পক্ষী ক্ষেত্ৰ মাগুৰি-মতাপুং বিলত পানী বৃদ্ধি হোৱা ১৫ টাতকৈও অধিক বনৰীয়া ম’হৰ মৃত্যু হোৱা বুলি দাবী কৰি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে৷