চৰকাৰ-বনবিভাগ ফেচিবাদী, হাতীৰ আক্ৰমনত নিহতসকল বনাঞ্চল ধ্বংসকাৰী নাছিল

Home ৰাজ্যচৰকাৰ-বনবিভাগ ফেচিবাদী, হাতীৰ আক্ৰমনত নিহতসকল বনাঞ্চল ধ্বংসকাৰী নাছিল

চৰকাৰ-বনবিভাগ ফেচিবাদী, হাতীৰ আক্ৰমনত নিহতসকল বনাঞ্চল ধ্বংসকাৰী নাছিল

by News Desk
76 views
A+A-
Reset

কোকৰাঝাৰঃ হাতী মানুহৰ সংঘাতে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিণতিতে ৰাজ্যখনত চলিত বৰ্ষত কমেও বাৰজন লোক নিহত হোৱাৰ পিছতো চৰকাৰে অদ্যপি নিহতৰ নিকটাত্মীয়ক সমবেদনা তথা আৰ্থিক সাহায্য ঘোষণা নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে।

এক বিবৃতি যোগে অৰবিন্দ নাথে বনাঞ্চল ধ্বংস, হাতীৰ কৰিডৰত বেদখল, হাতীৰ আৱাসথলী ধ্বংস কৰা তথা খাদ্যৰ অভাৱৰ বাবেই হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে আৰু হাতীৰ আক্ৰমনত চলিত বৰ্ষত কমেও ১২ গৰাকী লোকৰ মৃত্যু হৈছে। বনাঞ্চল ধ্বংস ৰোধ কৰিব নোৱাৰা তথা হাতী মানুহৰ সংঘাতৰ বাবে মুলত বনবিভাগেই দায়ী বুলি মন্তব্য আগবঢ়ায় যিসকল লোক হাতীৰ আক্ৰমনত নিহত হৈছে সেইসকল লোক বনাঞ্চল ধ্বংসকাৰী নতুবা বেদখলকাৰী নাছিল বুলি মন্তব্য প্ৰকাশ আগবঢ়ায় অৰবিন্দ নাথে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0