Home ৰাজ্যমদৰ বটল বিতৰণ কৰি আদায় কৰিব ভোট, নাগালেণ্ডলৈ নি থকা অৱস্থাত বৃহৎ পৰিমাণৰ সুৰা জব্দ

মদৰ বটল বিতৰণ কৰি আদায় কৰিব ভোট, নাগালেণ্ডলৈ নি থকা অৱস্থাত বৃহৎ পৰিমাণৰ সুৰা জব্দ

by News Desk
65 views
A+A-
Reset

বোকাজানঃ ভাৰতবৰ্ষত নিৰ্বাচনৰ সময়ত মদ টকা বিতৰণ কৰাটো ডাঙৰ কথা নহয়৷ দৰিদ্ৰ, শ্ৰমিক, খাটিখোৱা লোকসকলে টকা-মদ বিতৰণ কৰি ভোট আদায় কৰাৰ অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছে৷ তাৰ মাজতে, নাগালেণ্ডৰ নিৰ্বাচনত বিতৰণ কৰিবলৈ নিয়া মদ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

অসম-নগালেণ্ড সীমান্তৰ লাহৰিজানত খটখটি আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ সুৰা৷ সুৰা নিষিদ্ধ ৰাজ্য নগালেণ্ডলৈ চোৰাংকৈ নি থকা অৱস্থাত বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে খটখটি আৰক্ষীয়ে৷ এনএল-০৭-এফ-৮৮৪৯ নম্বৰৰ এখন অটোৰ পৰা ২৫ কাৰ্টুন সুৰা জব্দ কৰাৰ লগতে সন্তোষ চৌধুৰী নামৰ অট’চালক জনক আটক কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0