newsnextone.com | ডিজিটেল ডেস্কঃ মেৰিণা বীচ্ছত এম কৰুণানিধিৰ শেষকৃত্য কৰাৰ বাবে দেখা দিয়া জটিলতা আতৰিল। মঙলবাৰে মধ্য নিশা আদালতত অনুষ্ঠিত হোৱা শুনানিত আইনী জটিলতা আতৰ হোৱাত মেৰিণা বীচ্ছতে এম কৰুণানিধিৰ শেষকৃত্য সম্পন্ন কৰাটো থিৰাং হ’ব পাৰে। এতিয়া মেৰিণা বিচ্ছত ডিএমকেৰ প্ৰয়াত সভাপতিক শেষকৃত্য কৰি হ’ব বুলি আশা কৰা হৈছে। তামিলনাডু চৰকাৰে অনুমতি দিলেই মেৰিণা বীচ্ছত শেষকৃত্য কৰিব পৰা যাব।
I withdraw all cases in this regard because Kalaignar Karunanidhi is important for us. So now, there are no legal hurdles for govt: Doraisamy, advocate who filed petition against burial on Marina, on TN govt denies burial space for Karunanidhi near Anna Memorial at Marina beach pic.twitter.com/Hh7fq9FO1t