56
অভয়াপুৰীঃ নামনি অসমৰ এখন গাঁৱৰ নাম পাল্লীৰতল৷ পাল্লীৰতল গাঁৱত পোহৰ নাই৷ পাল্লীৰতলত আজিলৈ বিদ্যুৎৰ সংযোগ দিয়া প্ৰশাসনে৷ বছৰ-বছৰ ধৰি চাকিৰ পোহৰতে নিশা কটাবলৈ বাধ্য হয় অঞ্চলটোৰ লোকে৷ বিদ্যুত সংযোগ নথকাৰ ফলত মোবাইল টকা দি আনৰ দোকানত চাৰ্জ দিব লগা হয় ৰাইজে৷ ডিজিটেল ইণ্ডিয়াত ইয়াতকৈ বিড়ম্বনা আৰু কি হ’ব পাৰে৷
