72
নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবিত শনিবাৰে এগৰাকী মহিলাই চিপ লৈ আত্মহত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় লোকে মহিলা গৰাকীৰ আত্মহত্যাৰ বাবে বটদ্ৰৱা আৰক্ষীক জগৰীয়া কৰি আৰক্ষীৰ সন্মুখতেই মুৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। মৃত মহিলা গৰাকী জায়েদা বেগম বুলি জানিব পৰা গৈছে।
কিয় আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ জনতা?