Home ৰাজ্যতামাৰহাটত মহিলাৰ আত্মহত্যাক লৈ চাঞ্চল্য

তামাৰহাটত মহিলাৰ আত্মহত্যাক লৈ চাঞ্চল্য

by News Desk
92 views
A+A-
Reset

গোলকগঞ্জঃ ধুবুৰী জিলাৰ তামৰহাট থানাৰ অন্তৰ্গত ভেৰভেৰি গাঁৱত আজি এগৰাকী মহিলাই চিপ লৈ আত্মহত্যা কৰা ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। প্ৰাপ্ত বাতৰি মতে, ভেৰভেৰি গাঁৱৰ বাসিন্দা আব্দুল মজিদৰ পত্নী জহুৰা বিবি (৩২)নামৰ মহিলা গৰাকীয়ে আজি পুৱা নিজ ঘৰতে চিপ লৈ আত্মহত্যা কৰে।

পিছত তামাৰহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0