56
newsnextone.com | তেজপুৰঃ শোনিতপুৰ জিলাৰ মিছামাৰিত ৰোগীক ভুল চিকিৎসাৰ বাবে এগৰাকী মহিলাাৰ কৰুণ মৃত্যু ঘটা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷
জানিব পৰা মতে, মহিলা গৰাকীয়ে জ্বৰত আক্ৰান্ত হোৱাৰ সময়ত মিচামাৰি চ’কত থকা জাকিৰ হুচেইন ফামাৰ্চীৰ পৰা চেলাইন লৈ চিকিৎসা কৰোৱাইছিল৷ কিন্তু এই চিকিৎসা গ্ৰহণ কৰাৰ পিছতে মহিলা গৰাকী গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে আৰু পিছত মৃত্যু মুখত পৰে৷