72
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ অনন্তনাগ এলেকাত পুৱাৰ ভাগত সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত হোৱা প্ৰচণ্ড গুলিয়াগুলীত মহিলা এগৰাকীয়ে প্ৰাণ হেৰুৱাব লগা হোৱা বুলি জানিব পৰা গৈছে।
টাইমচ অব ইণ্ডিয়াত প্ৰকাশিত বাতৰি মতে, অনন্তনাগ এলেকাত আবাসগৃহত আত্মগোপন কৰা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত গুলীচালনা কৰিছিল সেনাই।