62
তেজপুৰঃ সাজোনে-কাচোনে ফিট-ফাট এগৰাকী জোৱাইয়ে প্ৰখৰ ৰদত আঁঠু কাঢ়িলে শহুৰৰ ঘৰত৷ জোৱাইক শহুৰৰ ঘৰত আব্দাৰ কৰা হয় যদিও সন্মানৰ জোৱাই হয়তো আঁঠু কঢ়াৰে যোগ্য আছিল৷ কিয়নো জোৱাইয়ে হত্যাৰ চেষ্টা চলাইছিল পত্নী তথা কাৰোবাৰ জীয়ৰীক৷
ডেৰ বছৰৰ পূৰ্বে তেজপুৰৰ মিলনপুৰ কমাৰি চুবুৰীৰ মৌচুমী হাজৰিকা আৰু কলিয়াবৰৰ গৌতম শইকীয়াই সামাজিকভাৱে বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছৰে পৰা স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলাই আহিছিল মৌচুমীক।