64
ডিজিটেল ডেস্কঃ মঙলবাৰে হিমাচল প্ৰদেশৰ চোলান জিলাৰ কাচাউলিত এগৰাকী মহিলা নগৰ পৰিকল্পনা সহায়কক গুলিয়াই হত্যা কৰাৰ বাতৰিয়ে দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷
ঘটনাৰ বিৱৰণ অনুসৰি মঙলবাৰে হিমাচল প্ৰদেশৰ নগৰ পৰিকল্পনা সহায়ক শৈল বালা শৰ্মাই এটা চাৰিজনীয়া প্ৰশাসনিক দলৰ সৈতে দিনৰ ১১.৩০ বজাত কাচাউলিৰ নাৰায়ণী নামৰ অতিথিশালাত উপস্থিত হয়৷