60
ডিজিটেল ডেস্কঃ এগৰাকী ৩৫ বছৰীয়া মহিলাক আঠ ঘণ্টা ধৰি চলন্ত গাড়ীতে ধৰ্ষণ কৰি ৰাস্তাৰ কাষত পেলাই দিয়াৰ ঘটনাই পুৱাৰ ভাগতে বাতৰিৰ শিৰোনাম দখল কৰিছে।
সোমবাৰে পুৱা ঘটা এই ঘটনাৰ বিৱৰণি মতে চুইফট ডিজায়াৰ এখনত অহা তিনিজন লোকে মহিলাক এগৰাকীক গুৰগাঁৱৰ পৰা বলপূৰ্বক গাড়ীত উঠাই লৈ গৈ ওৰে ৰাস্তাই ধৰ্ষণ কৰে।