Home দেশদুমাহ বন্দী কৰি ৰাখি ধৰ্ষণ, কথমপি প্ৰাণৰক্ষা যুৱতীৰ

দুমাহ বন্দী কৰি ৰাখি ধৰ্ষণ, কথমপি প্ৰাণৰক্ষা যুৱতীৰ

by News Desk
62 views
A+A-
Reset

ডিজিটেল ডেস্কঃ কাঠুৱাৰ গণ ধৰ্ষণৰ পাছত উত্তৰ প্ৰদেশৰ মুজফৰপুৰত আকৌ সংঘটিত হ’ল এক জঘন্য ধৰ্ষণ কাণ্ড। মুজফৰপুৰৰ ছিভিল লাইঞ্চ নামৰ এলেকাৰ এটা ঘৰৰ গুপ্ত কোঠালীৰ পৰা  কোনোমতে ওলাই আহি নিজৰ প্ৰাণ ৰক্ষা কৰে ২৩ বছৰীয়া এগৰাকী যুৱতীয়ে৷ 

দুজন ব্যক্তিয়ে দুমাহলৈকে এনেদৰে গুপ্ত কোঠাত বন্দী কৰি ৰাখি যুৱতীগৰাকীক ধৰ্ষণ কৰে বুলি ধৰ্ষিতাগৰাকীয়ে আৰক্ষীক বক্তব্য দিছে৷ মুজফৰপুৰৰ আৰক্ষী বিষয়া ডি কে ত্যাগীয়ে যুৱতীগৰাকীয়ে ১ ফেব্ৰুৱাৰীত থানাত গোচৰ ৰুজু কৰিবলৈ অহা বুলি জনায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0