Home ৰাজ্যবোকাজানত চিপ লৈ বিবাহিতা মহিলাৰ আত্মহত্যা

বোকাজানত চিপ লৈ বিবাহিতা মহিলাৰ আত্মহত্যা

by News Desk
54 views
A+A-
Reset

বোকাজানঃ বোকাজান নগৰৰ এক নং ৱাৰ্ডৰ মাধৱপুৰত আজি দিনৰভাগত এগৰাকী বিবাহিতা মহিলাই ডিঙিত চিপ লৈ আত্মহত্যা কৰা ঘটনাই নগৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি খটখটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা মাধৱপুৰৰ বাসিন্দা নাৰায়ণ তালুকদাৰৰ পত্নী জ্যোতিকা তালুকদাৰ (৩০) নামৰ মহিলাগৰাকীয়ে আজি দিনৰ ভাগত ঘৰত কোনো নথকা অৱস্থাত ড্ৰয়িং ৰুমৰ চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0