64
ৰঙিয়াঃ কোটি কোটি টকা খৰছ কৰি বহিঃ ৰাজ্যৰ পূজাৰীৰে নহয়, এইবাৰ নদীৰ বুকুত জকাইচুকৰ আই-মাতৃৰ প্ৰাৰ্থনা, ভগৱান তুমি আমাক বচোৱা৷
পুঠিমাৰী নৈৰ গৰাখহনীয়াৰ পৰা নিজৰ সপোনৰ ঘৰখন বচাবলৈ নেদেখাজনৰ প্ৰতি আই-মাতৃৰ কাতৰ আহ্বান, ভগৱান তুমি আমাক বচোৱা৷ আৱেগিক হৈ পৰা মাতৃসকলৰ দুখ অনুভৱ তথা শুনিবলৈ তেওঁলোকৰ ওচৰত ৰজাঘৰৰ কোনো নাই৷