62
ডিজিটেল ডেস্কঃ স্বাধীনতাৰ হকে আত্মবলিদান দিয়া অসম কন্যা কনকলতাৰ ৰাজ্যত আকৌ গৰজি উঠিল প্ৰতিবাদৰ ধ্বনি। আকৌ এবাৰ নাৰী শক্তিৰ প্ৰতিবাদৰ ভাষাই কপাই গ’ল সমগ্ৰ ৰাজ্য৷
স্বাধীনতাকামী নাৰীয়ে দেখুৱাই দিলে নাৰীৰ শক্তি৷ ঘৰৰ গৃহিনী নহয়, এইবাৰ নাৰী প্ৰতিবাদৰ ভাষা হৈ ওলাই আহিল ৰাজপথলৈ৷ সেয়াও এক অনন্য ৰূপত৷ খিলঞ্জীয়াৰ হকে প্ৰতিবাদ জনাই নাৰীয়ে কৰিলে মুণ্ডন৷