79
ডিজিটেল ডেস্কঃ দোকানত চুৰি হোৱা ঘটনা শুনিছে৷ কিন্তু বিশ্বৰ আগশাৰিৰ অনলাইন প্ৰতিষ্ঠান আমাজনৰ পৰা লক্ষাধিক টকা লুটিলে এগৰাকী মহিলাই। পশ্চিমবংগৰ দিপান্বীতা ঘোষে প্ৰায় ৬৯লাখ ১১ টকা হৰণ কৰিলে আমাজনৰ পৰা৷
কলিকতাৰ এই মহিলাগৰাকীয়ে আমাজনত বিগত ১বছৰত প্ৰায় ১০৪বিধ সামগ্ৰীৰ ক্ৰয় কৰে৷ আৰু প্ৰত্যেকবাৰেই ক্ৰয়ৰ ২৪ঘন্টা নৌহওঁতেই আমাজনক ঘুৰাই দিয়ে সামগ্ৰীসমূহ। প্ৰতিষ্ঠানটোৰ নিয়ম অনুসৰি আমাজনে কেচবেক কৰে সামগ্ৰীসমূহ৷