Home ৰাজ্যমডেল বিটিচিৰ সদৰত জৰাজীৰ্ণ কাঠৰ দলং, হাগ্ৰামাৰ বিটিচি কৰ্তৃপক্ষই নহয় মেৰামতি কৰিলে এবছুৱে

মডেল বিটিচিৰ সদৰত জৰাজীৰ্ণ কাঠৰ দলং, হাগ্ৰামাৰ বিটিচি কৰ্তৃপক্ষই নহয় মেৰামতি কৰিলে এবছুৱে

by News Desk
44 views
A+A-
Reset

newsnextone.com | পৰ্বতঝোৰাঃ বিটিএডি এলেকাৰ ৰাইজক মডেল বিটিচিৰ সপোন দেখুওৱা হাগ্ৰামা মহিলাৰীৰ বিটিচিত এতিয়া ৰাইজে গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰিব লগা হৈছে৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সময়ে সময়ে মডেল বিটিচিৰ শ্ল’গান দিয়ে যদিও সেয়া শ্ল’গানতে আৱদ্ধ হৈ আছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷

আজিও বিটিচিৰ চাৰিখন জিলাত বহু নৈত দলং নথকাৰ ফলত ৰাইজে নাঁৱেৰে নৈ পাৰ হ’ব লগা হয়৷ বহু গ্ৰাম্য পথ পথাৰে নে পথেই চিন চাব নোহোৱা হৈছে৷ সভা-সমিতিয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী তথা অন আন কাৰ্যবাহীসকলে উন্নয়নৰ ফটাঢোল কোবাই আহিছে যদিও সেয়া ফুটুকাৰ ফেনহে মাথো৷ বিশেষকৈ বিটিএডিৰ একাংশ এলেকাৰ বাট-পথৰ অৱস্থা বহু বেয়া৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0