41
গোৰেশ্বৰঃ বিশ্ব মহিয়সী নাৰী ফ্লোৰেঞ্চ নাইটিংগলৰ জন্ম দিন উপলক্ষ্যে সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব ধাত্ৰী দিবস। বাগসা জিলাৰ গোৰেশ্বৰতো গোৰেশ্বৰ ক্ষুদ্র প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত বৃহত্তৰ গোৰেশ্বৰ অঞ্চলৰ অৰ্ধ শতাধিক নাৰ্ছ সমবেত হৈ এই দিৱস পালন কৰে।
কাৰ্যসূচী অনুযায়ী পুৱা পতাকা উত্তোলন কৰে মহিলা স্বাস্থ্য পৰিদৰ্শক সুৱলা দাসে। বন্তি প্ৰজ্বলন, পুস্পাঞ্জলি অৰ্পণ, গীত-মাত পৰিৱেশনেৰে পালন কৰা হয় এই দিৱসটি।