53
দেউপানীঃ কাৰ্বি পাহাৰৰ কিশোৰ-কিশোৰীৰ মাজত সুপ্ত হৈ থকা প্ৰতিভা বিকাশৰ লক্ষ্যৰে শান্তিপুৰ কলাকেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হৈছে চিত্ৰাংকনৰ কৰ্মশালা।
কাৰ্বি আংলংৰ বৰপথাৰ শান্তিপুৰত ২৬ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব লগা এই কৰ্মশালাত অঞ্চলটোৰ কেইবাশ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দেখা যায়।