66
তেজপুৰঃ বাহ্যিকতাক গুৰুত্ব দি কেৱল সস্তীয়া প্ৰচাৰৰ কাম কৰা একাংশ অনুষ্ঠানে কাম কৰা দেখা যায়। তাৰ পৰিৱৰ্তে শিপাৰ সন্ধানত ব্যস্ত হৈ পৰিছে এটি অনুষ্ঠান যাৰ নাম হৈছে ‘সন্মিলিত সাংস্কৃতিক গোষ্ঠী বিহগুৰি’৷
শতাধিক ছাত্ৰ-ছাত্ৰীক গ্ৰীষ্মকালীন বন্ধত সহঃ বিদ্যায়তনিক শিক্ষাৰ কৰ্মশালাৰে পাৰদৰ্শি কৰাৰ চেষটা চলায় অনুষ্ঠানটোৱে।