67
জাজৰিঃ শংকৰ-আজান গ্ৰাম্য সংগঠন আৰু এন আৰ এল এম দলংঘাটৰ উদ্যোগত জাজৰি থানা গাঁওৰক্ষী বাহিনীৰ সভাগৃহত যোৱা ৭ আগষ্টৰ পৰা তিনিদিনীয়াকৈ মহিলাৰ মাজত বিভিন্ন বিষয় সামৰি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে।
গ্ৰাম্য সংগঠনটোৰ সভানেত্রী চুমী দাস বৰদলৈৰ সভাপতিত্বত আজি সামৰণি অনুষ্ঠানত আত্মসহায়ক গোট গঠন কৰি কিদৰে প্ৰতিগৰাকী গ্ৰাম্য মহিলাই নিজকে কৰ্মমূখী আৰু স্বাৱলম্বী কৰিব পাৰে এই সন্দৰ্ভত আলোচনা কৰা হয়।