59
তেজপুৰ: বিশ্ব আলোকচিত্ৰ দিৱসৰ লগত সংগতি ৰাখি তেজপুৰ ফটোগ্ৰাফী ক্লাৱে তেজপুৰৰ অসমীয়া ক্লাৱত দুদিনীয়া কাৰ্যসূচীৰে আলোকচিত্ৰ প্ৰদৰ্শনী দেওবাৰৰ পৰা অনুষ্ঠিত কৰিছে।
জিলা সত্ৰ ন্যায়াধীশ দাৰুক উদৰুলাই কচৰ্যসূচীৰ উদ্বোধন কৰে। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে তেজপুৰ ফটোগ্ৰাফী ক্লাৱৰ সভাপতি বাবুল পঞ্চানে।