newsnextone.com | তিনিচুকীয়াঃ চৌদিশে বিভিন্ন শিক্ষানুষ্ঠানে গিজগিজাই থকা স্বত্তেও যেন অন্ধবিশ্বাসৰ কলীয়া ডাৱৰৰ পৰা মুক্ত হ’ব পৰা নাই উজনি অসমৰ অন্যতম ব্যস্ততম চহৰ ডিব্ৰুগড় ৷
মাত্ৰ দুমাহ পুৰ্বে কাৰ্বিআংলং জিলাৰ ডকমকা কাণ্ডই সমগ্ৰ ভাৰতৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্ততো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ আনকি উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া হোৱাৰ উপৰিও নীলোৎপল আৰু অভিজিতৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে প্ৰতিবাদৰ ঢৌ উঠিছিল খোদ ডিব্ৰুগড় চহৰতো ৷