Home ৰাজ্যটিউচনৰ কৰিবলৈ গৈ উভতি অহা নাই য়াচিৰ

টিউচনৰ কৰিবলৈ গৈ উভতি অহা নাই য়াচিৰ

by News Desk
68 views
A+A-
Reset

মোৰাঝাৰঃ ঘৰৰ পৰা টিউচন কৰিম বুলি ওলাই গৈ উভতি অহা নাই এগৰাকী ছাত্ৰ৷ নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰগৰাকী ঘৰলৈ উভতি নহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাইৰ দংকী অঞ্চলত৷ হোজাইৰ দংকী গাঁৱৰ প্ৰয়াত জহিৰ আহমদৰ পুত্ৰ য়াচিৰ আহমেদ (১৪) যোৱা ৩০ ঘন্টা ধৰি নিৰুদ্দেশ হৈ আছে৷

হোজাইৰ মৰ্কজ একাডেমীৰ নৱম শ্ৰেণীৰ ছাত্ৰ য়াচিৰে দিনৰ প্ৰায় ৪ বজাত ঘৰৰ পৰা কিছু নিলগৰ টিউচন কেন্দ্ৰত টিউচন কৰিবলৈ গৈছিল৷ তাৰ পিছৰ পৰা ছাত্ৰগৰাকী নিৰুদ্দেশ হৈ আছে৷ পৰিয়ালৰ লোকে চৌদিশে বিচাৰ-খোচাৰ কৰি কোনো সম্ভেদ পোৱা নাই৷ ছাত্ৰগৰাকীৰ সন্ধান পালে হোজাই থানা নাইবা 8753917595 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0