Home ৰাজ্যসমগ্ৰ ৰাজ্যজুৰি যোগ দিবস উদযাপন

সমগ্ৰ ৰাজ্যজুৰি যোগ দিবস উদযাপন

by News Desk
81 views
A+A-
Reset

ডিজিটেল ৰিপৰ্টঃ বুদ্ধিমত্তা, মন, আৱেগ আৰু ইচ্ছাশক্তি- এই আটাইবোৰলৈ অনুশাসন আনি সুশংখলাবদ্ধ কৰিব পৰা অভ্যাসটোৱে হৈছে যোগাভ্যাস। নলবাৰীত অান্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে কয়। শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভালেমান গণ্য-মান্য ব্যক্তি অনুষ্ঠানটোত উপস্থিত থাকে। একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বিশ্ব যোগ দিবস। 

ৰঙিয়া শিৱ মন্দিৰ বাকৰিত মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত যোগ দিবসৰ কাৰ্যসূচীত শতাধিকৰ উপস্থিতি। বন্তি প্ৰজ্জলন, যোগ প্ৰদৰ্শন, আলোচনা চক্ৰ তথা সাংস্কৃতিক অনুষ্ঠানেৰে সমৃদ্ধ যোগ দিবসৰ কাৰ্যসূচী। অনুষ্ঠানত সেনা বিষয়াৰো অংশগ্ৰহ্‌ণ। হৰিদ্বাৰৰ সেৱাব্ৰতী অমলেন্দুৰ যোগ প্ৰদৰ্শন। কাৰ্যসূচীত ৰঙিয়াৰ মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগুৰ অংশগ্ৰহণ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0