49
নাওকাটাঃ বিটিএডিৰ বাক্সা জিলা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত আৰু জিলা মহিলা সমিতি, যুৱ ভাৰত সমিতি, ভাৰত স্বাভিমান ন্যাস আৰু কিষান যোগ সেৱা সমিতিৰ সহযোগত আজিৰে পৰা আৰম্ভ হৈছে যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰ৷
৯-২৭ জুলাইলৈ স্থানীয় দুৰ্গা পূজা প্ৰেক্ষাগৃহত চলিবলগীয়া ১০০ ঘন্টীয়া সহঃ যোগ শিক্ষক প্ৰশিক্ষণ শিবিৰ আজি পুৱা ৪ বজাত পতাকা উত্তোলনেৰে শুভৰাম্ভ কৰে বাগছা জিলা পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী চত্ৰ বাহাদুৰ মহন্তই৷