76
দলংঘাটঃ দৰং জিলাৰ দেওমৰনৈ পাতিদৰঙত সংঘটিত হয় এক কৰুণ মৃত্যু৷ বৰলৰ আক্ৰমণত মৃত্যুক সাৱতি লয় এজন যুৱকে।
জানিব পৰা মতে, বৃহস্পতিবাৰে পাতিদৰং গাঁৱৰ টিংগুল শৰ্মা নামৰ বিশেষ ভাৱে সক্ষম যুৱক জন ঘৰত বহি থকা অৱস্থাত ঘৰৰ কাষতে থকা বৰলৰ বাহত চৰাইয়ে উৎপাত কৰাৰ ফলত বৰলবোৰ জাঙুৰ খাই উঠে৷