Home ৰাজ্যপুখুৰীত কলৰ ভূৰত উঠিবলৈ গৈ বিজেপিৰ আইটি চেলৰ আহ্বায়কৰ ৰহস্যজনক মৃত্যু, হত্যাৰ সন্দেহ

পুখুৰীত কলৰ ভূৰত উঠিবলৈ গৈ বিজেপিৰ আইটি চেলৰ আহ্বায়কৰ ৰহস্যজনক মৃত্যু, হত্যাৰ সন্দেহ

by News Desk
41 views
A+A-
Reset

newsnextone.com | নলবাৰীঃ পুখুৰীত কলৰ ভূৰত উঠিবলৈ গৈ বিজেপিৰ আইটি চেলৰ সৈতে জড়িত এগৰাকী ২৫ বছৰীয়া যুৱকৰ মৃত্যুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় নলবাৰী জিলাত৷  নলবাৰী জিলাৰ নলবাৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত টেৰেছিয়া গাঁৱৰ অৱসৰ প্ৰাপ্ত শিক্ষক লোহিত হালৈৰ পুত্ৰ তথা কেমিকেল ইঞ্জিনিয়াৰিং চূড়ান্ত বৰ্ষৰ ছাত্ৰ পাৰ্থ হালৈয়ে সমীপৰ বানেকুছিৰ নামৰ ঠাইত বন্ধুৰ ঘৰলৈ পাৰ্টি কৰিবলৈ যোৱাৰ পিছতেই এই অঘটন সংঘটিত হোৱা বুলি জানিব পৰা যায়৷ 

জানিব পৰা মতে, পাৰ্থ হালৈয়ে দেওবাৰে বানেকুছিত কেইজনমান বন্ধুৰ সৈতে এজন বন্ধুৰ ঘৰত পাৰ্টি কৰিবলৈ গৈছিল৷ বন্ধুজনৰ পুখুৰীত কলৰ ভূৰত উঠি আনন্দ উলাহ কৰিবলৈ ধৰোতেই পানীত ডুব যায় মৃত্যু হোৱা বুলি খবৰ প্ৰচাৰ হৈছে৷ কিন্তু এই প্ৰচাৰক বিশ্বাস কৰা নাই ৰাইজে৷ পুখুৰীত কলৰ ভূৰত ওখ-পাখ যুৱকৰ কেনেকৈ মৃত্যু হ’ব পাৰে বুলি প্ৰশ্ন উত্থাপন হৈছে৷ বন্ধুসকলে পাৰ্থক বচাবলৈ কিয় চেষ্টা নকৰিলে বুলি প্ৰশ্ন উত্থাপন হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0